উত্তৰঃ সাংস্কৃতিক বহুত্ববাদ হ’ল কোনাে এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু বিবিধতাৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনােভাৱ। ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন লােকে পৃথকে পৃথকে নিজৰ কৃষ্টি সংস্কৃতিৰ সংৰক্ষণ কৰিব বিচৰাৰ সময়ত আনৰ কৃষ্টি-সংস্কৃতিৰ প্রতি সন্মানৰ ভাৱ পােষণ কৰা দেখা যায়।
Month: April 2022
বেদৰ চাৰিখন সংহিত্যৰ নাম লিখা?
উত্তৰঃ
অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা?
উত্তৰঃ
অসমৰ মন্দিৰ সমূহৰ নিৰ্মাণ শৈলী কি বৈশিষ্ট্য যুক্ত?
উত্তৰঃ