ভাৰতীয় চিত্ৰকলাৰ কি কি ভাগত ভগাব পাৰি?

উত্তৰঃ প্রাচীন ভাৰতীয় চিত্রকলাৰ ঐতিহ্যসমূহক দুটা প্রধান ভাগত বিভক্ত কৰিব পাৰি— বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্রাকাৰ চিত্র। দুয়োটা চিত্রশৈলী ভাৰতৰ বিভিন্ন স্থানত বৌদ্ধ, জৈন, হিন্দু ধৰ্মৰ বিষয়বস্তুক আলম কৰি অজন্তা, বাঘ, চিত্তনাৱাচল, আৰমামলাই আদিৰ গুহাৰ দেৱাল সমূহত আঁকা হৈছিল।