Explain the different methods to safeguard the interest of minorities in the matter of repre-sentation. (প্ৰতিনিধিত্বৰ ক্ষেত্ৰত সংখ্যালঘুকলৰ স্বাৰ্থক সুৰক্ষক্ষিত কৰা বিভিন্ন পদ্ধতিসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ অনুচ্ছেদ ১৬ য়ে যিকোনো প্ৰকাৰে অস্পৃশ্যতা আৰু ইয়াৰ সুৰক্ষা ৰদ কৰি সংখ্যালঘুসকলৰ স্বাৰ্থ সুৰক্ষিত কৰে। অনুচ্ছেদ 30-ত সকলো সংখ্যালঘুক, ধৰ্ম বা ভাষাৰ ওপৰত আধাৰিত কৰি, তেওঁলোকৰ পচন্দৰ শিক্ষানুষ্ঠান স্থাপন আৰু পৰিচালনা কৰাৰ অধিকাৰ প্ৰদান কৰে।

ওজাপালিৰ দুটা ভাগৰ নাম লিখা?

উত্তৰঃ পূৰ্বৰ ওজাপালি অনুষ্ঠানক বিষয়বস্তু ফালৰ পৰা দুটা ভাগত ভাগ কৰা হৈছিল। ২) মহাকাব্য অনাশ্ৰয়ী ওজাপালি। আনহাতে মহাকাব্য অনাশ্ৰয়ী ওজাপালিক পাঁচটা ভাগত ভগাব পাৰি। ওজা আৰু পালি এই দুইবিধ অনুষ্ঠান নিৰ্বাহিকাৰ দ্বাৰা ওজাপালি অনুষ্ঠান সংগঠিত হয়।