সত্যনাথ বৰাই ৰচনা কৰা প্ৰথম পুথিৰ নাম গীতাৱলী
Month: April 2022
তাপজাৰণ কাক বোলে ?
অতিৰিক্ত বায়ুৰ উপস্থিতিত উচ্চ তাপত উত্তপ্ত কৰি ছালফাইড আকৰক ধাতৱ অক্সাইডলৈ ৰূপান্তৰিত কৰা হয়। এই পদ্ধতিক তাপজাৰণ বোলে।
দগ্ধীকৰণ কাক বোলে ?
পৰিমিত বায়ুৰ পৰিবেশত উচ্চতাপত উত্তপ্ত কৰি কার্বনেট আকৰ ধাতৱ অক্সাইডলৈ পৰিৱৰ্তিত কৰা হয়। ইয়াকে দগ্ধীকৰণ বোলে।
সত্যনাথ বৰাই ৰচনা কৰা গীতৰ পুথিৰ নাম কি ?
সত্যনাথ বৰাই ৰচনা কৰা গীতৰ পুথিৰ নাম হ’ল ‘গীতাৱলী’ ।