জৈৱ ৰসায়ন কাক কোৱা হয় ?

জৈৱ ৰসায়ন হৈছে জীৱিত প্ৰাণীৰ শৰীৰৰ ভিতৰত আৰু শৰীৰৰ লগত জড়িত সকলোধৰণৰ ৰাসায়নিক প্ৰক্ৰিয়া। বিংশ শতিকাৰ শেষ দশকৰ পৰা জীৱৰ জীৱন প্ৰক্ৰিয়াৰ জটিলতাসমূহ জৈৱৰসায়নৰ সহায়ত সফলভাৱে বৰ্ণনা কৰিব পৰা হৈছে।

খনিজ পদাৰ্থ কাক কয় ?

খনিজ পদাৰ্থ হৈছে প্ৰাকৃতিকভাৱে উপলব্ধ ৰাসায়নিক পদাৰ্থ। ই সাধাৰণ অৱস্থাত কঠিন আৰু ৰাসায়নিকভাৱে সুস্থিৰ। খনিজ পদাৰ্থৰ সংজ্ঞা সম্পৰ্কে ৰসায়নবিদ সকলৰ মাজত বহুমত আছে