Month: April 2022
Assam has ————members in the Rajya Sabha. (seven/eight/nine) (ৰাজ্যসভাত অসমৰ সদস্য——–আছে। (7 গৰাকী /৪ গাৰাকী/৯ গৰাকী।)
উত্তৰঃ 7 গৰাকী
President rule can be imposed in a state under Article——– of the constitution. (252/356/360)(সংবিধানৰ ———–অনুচ্ছেদৰ জৰিয়তে ৰাজ্যত প্ৰষ্ট্ৰপতিৰ শাসন প্ৰয়োগ কৰিব পাৰি।(৩৫২/২৫৬/৩৬০)
উত্তৰঃ৩৫৬।
The president shall be qualified to be-come a member of the—————.(Legisla-tive Assembly/Rajya Sabha/Loka Sabha) (ৰাষ্ট্ৰপতিৰ —————-সদস্য হোৱাৰ অৰ্হতা থাকিব লাগে।(বিধানসভাৰ /ৰাজ্যসভাৰ/লোকসভাৰ)
উত্তৰঃ ৰাজ্যসভাৰ