উত্তৰঃ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ দুখন উপনৈৰ নাম হ’ল বুঢ়িদিহিং, দিছাং, দিখৌ, জাঁজী।
Month: April 2022
অসমৰ সীমাত থকা দুখন বিদেশী দেশৰ নাম লিখা।
উত্তৰঃ অসমৰ সীমা থকা দুখন বিদেশী দেশ হ’ল নেপাল, বাংলাদেশ, ম্যানমাৰ, ভূটান আৰু চীন দেশ।
অসমৰ দক্ষিণ সীমাৰ কাষেৰ্দি পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি?
উত্তৰঃ
অসমৰ শোণিতপুৰ, মৰিগাঁও আৰু শিৱসাগৰ জিলাৰ অৱস্থিত তিনিখন অভয়াৰণ্যৰনাম উল্লেখ কৰা?
উত্তৰঃ