উত্তৰঃ দধিমথনচোৰ-ধৰাপিম্পৰা-গুচোৱাভূমি-লেটোৱাভোজন-বিহাৰ
Month: April 2022
কৃষ্ণৰ প্ৰতি ভক্তৰ ৰতি কেইভাবে প্ৰকাশ পায় আৰু কি কি ?
ড॰ সত্যেন্দ্ৰ নাথ শৰ্মাই কোনখন গ্ৰন্থৰ বাবে অসম প্ৰকাশন পৰিষদৰ বঁটা লাভ কৰে ?
উত্তৰঃ তেওঁ ৰামায়ণী সাহিত্যৰ ইতিবৃত্ত গ্ৰন্থৰ বাবে ১৯৮৭ চনত অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে।