পানী প্ৰদুষণ কেনেকৈ হয়?

উত্তৰঃ ১।নদীত গা-ধোৱা ,কাপোৰ ধোৱা ফলত পানী প্ৰদূষিত হয়। ২। উদ্যোগ সমূহৰ পৰা নিৰ্গত হোৱা বিষাক্ত ৰাসায়নিক পদাৰ্থবোৰ নৈ, বিল, পুখুৰীৰত পৰাৰ ফলত পানী প্ৰদূষিত হয়। ৩।খেতি পথাৰত ব্যৱহাৰ কৰা কীটনাশক দ্ৰব্য আৰু ৰাসায়নিক সাৰ ফলত পানী প্ৰদূষিত হয়।