উত্তৰঃ কোনাে জীৱ বা জীৱসমষ্টিৰ কেউকাষৰ অৱস্থাকে সাধাৰণতে পৰিৱেশ বুলি কোৱা হয় ।
Month: April 2022
বায়ুমণ্ডলৰ নাই্ট্ৰ’জেন গেছ কিমান শতাংশ আছে?
উত্তৰঃ
প্ৰদুষণ কি?
উত্তৰঃ পৰিবেশৰ বাবে বিষাক্ত বা ইয়াৰ পৰা ওলোৱা দ্ৰব্য ত্যাগ কৰাটোৱেই হল প্ৰদূষন। সাধাৰণতে প্ৰদূষন বুলি কবলৈ প্ৰক্ৰিয়াটো মানুহৰ পৰা আৰম্ভ হব লাগিব। মানুহৰ দ্বাৰা হোৱা যিকোনো কাৰ্য্যকেই, যদি ই পিছলৈ নেতিবাচক ক্ৰিয়া কৰে।
জলমণ্ডলে ভূ-পৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে?
উত্তৰঃ জলমণ্ডলে ভূ-পৃষ্ঠৰ প্ৰায় ৭১ শতাংশ আগুৰি আছে।