উত্তৰঃ শিল, বালি, মাটি, মণিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বোলা হয়।
Month: April 2022
পৃথিৱীৰ প্ৰাকৃতিক অৱস্থাৰ কোনবোৰ উপাদানে পৰিবেশ নিৰূপন কৰিছে?
উত্তৰঃ পৃথিৱীৰ প্ৰাকৃতিক চৰিটা উপাদানে পৰিবেশ নিৰূপন কৰিছে।
পৰিৱেশিক সমস্যা বুলিলে কি বুজা?
উত্তৰঃ বর্তমানে পৰিৱেশৰ যিবোৰ সমস্যাই মানুহৰ লগতে জীৱ-জগতৰ ব্যাপক ক্ষতিসাধন কৰিবলৈ লৈছে, সেইবোৰৰ ভিতৰত নানা ধৰণৰ প্ৰদূষণ, মৰুকৰণ, ভূমিস্থলন, ভূমিক্ষয়, গোলকীয় উত্তাপ বৃদ্ধি, কৃত্রিম বান, সাগৰপৃষ্ঠৰ উত্থান আদি প্রধান ।
পৰিবেশৰ উপাদান দুটা কি কি?
উত্তৰঃ পৰিবেশৰ উপাদান দুটা হ’ল জৈৱিক উপাদান আৰু অজৈৱিক উপাদান।