উত্তৰঃ ভূমিকম্প, আগ্নেয় উদগিৰণ ঘূৰ্ণী বতাক আদি।
Month: April 2022
বায়ুমণ্ডল কিহেৰে গঠিত লিখা?
উত্তৰঃ বায়ুমণ্ডল অক্সিজেন, নাইট্রজেন, হাইড্রজেন, কার্বন- ডাই-অক্সাইড, আর্গন আদি গেছৰ দ্বাৰা গঠিত।
জলমণ্ডলৰ ভিতৰত কি কি পৰে লিখা?
উত্তৰঃ সাগৰ-মহাসাগৰ, নদ-নদী, আৰু হ্ৰদ।
স্থলমণ্ডল বুলিলে কি বুজায় লিখা?
উত্তৰঃ শিল , বালি , মাটি , খনিজ পদার্থ , পর্বত , পাহাৰ , মালভূমি , সমভূমি , উপত্যকা , উপকূল আদিৰে গঠিত ভূখণ্ডকে স্থলমণ্ডল বুলি কোৱা হয় ।