পৰিৱেশ বুলিলে কি বুজায় নিজৰ ভাষাত লিখা?

উত্তৰঃ পৰিৱেশ ” শব্দটোৱে জীৱ বা জীৱ সমষ্টিৰ চাৰিওফালে বৰ্তি থকা এটা ভৌতিক অৱস্থাক বুজায় যত অণুজীৱ , বিভিন্ন প্রজাতি উদ্ভিদ , জীৱ – জন্তুৰ লগতে বৃহৎ আকাৰৰ স্তন্যপায়ী প্রাণীৰ দৰে জৈৱিক উপাদানসমূহ আৰু মাটি , পানী , বায়ুৰ লগতে সকলাে ধৰণৰ অজৈৱিক Read More …

পৰিবেশৰ প্ৰধান সমস্যাসমূহ উল্লেখ কৰা?

উত্তৰঃ পৰিবেশৰ প্ৰধান সমস্যা সমূহ হৈছে— ক) প্ৰদূষণ, খ) মৰুকৰণ, গ) ভূমিস্খলন, ঘ) ভূমিক্ষয়, ঙ) গোলকীয় উত্তাপ বৃদ্ধি, চ) কৃত্ৰিম বান, ছ) সাগৰপৃষ্ঠৰ বৃদ্ধি আদি।