পানী প্ৰদুষণ কি আৰু কেনেকৈ হয় লিখা?

উত্তৰঃ  সাধাৰণভাবে পৃথিৱীৰ কিবা পানী ভাগত যদি কিবা প্ৰকাৰে ৰাসায়নিক পদাৰ্থ, অণুজীৱ, পদার্থকণা আদি মিহলি হৈ পানীৰ স্বাভাৱিক গুণৰ পৰিবৰ্ত্তন ঘটাই তেনে পানীকে আমি প্ৰদূষিত পানী বুলি কওঁ। এই প্রক্রিয়াটোকে পানী প্রদূষণ বোলা হয়।

পৰিৱেশৰ স্থানীয় সমস্যা কি? উদাহৰণ দি লিখা?

উত্তৰঃ বর্তমানে পৰিৱেশৰ যিবোৰ সমস্যাই মানুহৰ লগতে জীৱ-জগতৰ ব্যাপক ক্ষতিসাধন কৰিবলৈ লৈছে, সেইবোৰৰ ভিতৰত নানা ধৰণৰ প্ৰদূষণ, মৰুকৰণ, ভূমিস্থলন, ভূমিক্ষয়, গোলকীয় উত্তাপ বৃদ্ধি, কৃত্রিম বান, সাগৰপৃষ্ঠৰ উত্থান আদি প্রধান ।

পৰিবেশৰ সমস্যা কি ব্যাখ্যা কৰা?