১। এখন সংস্ক্তি সাহিত্য নাম লিখা ।

উওৰ = এখন সংস্কৃতি সাহিত্য নাম হল কামৰপ যাএা । ২। এখন তান্ৰিক সাহিত্য নাম লিখা । উওৰ = এখন তান্ৰিক সাহিত্য নাম হল তি কল্প তো তাৰা । ৩।অসমত কোনসকলৰলোকে হৰগৌৰী প্ৰকাশ পাইছিল । উওৰ = অসমত বিলাস,ডিমৰৱা পৰিয়াল Read More …

ধাতু আৰু অধাতুৰ মৌলিক পাৰ্থক্যটো কি ?

ধাতুবিলাক সাধাৰণতে টান বা কঠিন। ধাতুবোৰৰ দ্যুতি বা চিকমিকনি আছে ৷ইহঁত ঘাতসহনশীল ৷ধাতুবোৰৰ নমনীয়তা গুণ আছে ধাতুবিলাক তাপৰ সুপৰিবাহী আৰু সিহঁতৰ গলনাংক উচ্চ ইহঁত বিদ্যুতৰ সুপৰিবাহ।আনহাতে অধাতুবিলাকে বিভিন্ন ৰং দেখুৱায় ৷অধাতুবিলাক ঘাতসহনশীল নহয় ৷অধাতুবিলাকৰ নমনীয়তা গুণ নাই ৷অধাতুবিলাক তাপৰ কুপৰিবাহী Read More …

ভূ-পৃষ্ঠৰ কিমান শতাংশ জলভাগ?

উত্তৰঃ পৃথিৱীৰ ভূপৃষ্ঠৰ কেৱল প্ৰায় ২৯ শতাংশ, অৰ্থাৎ ১৪৯ নিযুত বৰ্গ কিলোমিটাৰ স্থলভাগ আৰু বাকী ৭১ শতাংশ, অৰ্থাৎ ৩৬১ নিযুত বৰ্গ কিলোমিটাৰ জলভাগে আৱৰি আছে।