কৃপণলোকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নোৱাৰে ?

 আন মানুহে ধন খৰচ কৰিলে কৃপণলোকে অত্যাচাৰ কৰা যেন বোধ কৰে৷তেওঁলোকৰ মতে উত্তম ভোজন খঁক,উত্তম পিন্ধন গপ,আৰু দান-দক্ষিণা ধনৰ অপব্যয় মাথোঁন৷