৯। ব্যাকৰণৰ পঢ়াশলীয় ধাৰা সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ ১৮৭৩ চনত সুদীৰ্ঘ সাতত্ৰিশ বছৰ কাল নিৰ্বাসিত হৈ থকাৰ অন্তত অসমীয়া ভাষাৰ পুনৰ্বাসন ঘটাত পাঠ্যপুথিৰ চাহিদা পূৰণাৰ্থে পঢ়াশলীয়া ব্যাকৰণৰ পুথি লিখাৰ এক নতুন পৰম্পৰা গঢ় লৈ উঠে। উল্লেখযোগ্য যে অসমীয়া ভাষাত এই ধাৰাৰ ব্যাকৰণেই সৰ্বাধিক পৰিমানে ৰচিত হৈছে। আজিকোপতি Read More …

সংকৰ ধাতু কাক বোলে। উদাহৰণ দিয়া ?

সংকৰ ধাতু দুই বা ততোধিক ধাতু নাইবা এটা অধাতু সমসত্ব মিশ্ৰণ। সংকৰ ধাতুৰ উপাদানবোৰ ভৌতিক প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিব নোৱাৰি। ইয়াৰ উপাদানবোৰৰ ধৰ্ম অটুত থাকে আৰু ইয়াৰ সংযুতিৰোতাৰতম্য় হ’ব পাৰে। উদাহৰণহিচাপে পিতল