ভূ-পৃষ্ঠৰ কিমান শতাংশ জলভাগ?

উত্তৰঃ পৃথিৱীৰ ভূপৃষ্ঠৰ কেৱল প্ৰায় ২৯ শতাংশ, অৰ্থাৎ ১৪৯ নিযুত বৰ্গ কিলোমিটাৰ স্থলভাগ আৰু বাকী ৭১ শতাংশ, অৰ্থাৎ ৩৬১ নিযুত বৰ্গ কিলোমিটাৰ জলভাগে আৱৰি আছে।

১১। প্ৰাকৃত প্ৰকাশঃ বৰৰুচি সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ সংস্কৃত ব্যাকৰণ পৰম্পৰাৰ এগৰাকী উল্ল্েখশোগেয বৈয়াকৰম দৈছে বৰৰুচি। এওঁৰ প্ৰাকৃত প্ৰকাশ দৰাচলতে প্ৰাকৃত ভাষাৰহে অন্যতম প্ৰাচীন ব্যাকৰণ। সেয়ে হ’লেও, ওং সংস্কৃত ব্যাকৰণ সম্বন্ধেও ভালেখিনি কাম কৰি থৈ গৈছে। কাশনীৰীয় বৃহৎকথা আৰু সোমদেৱৰ কথা সৰিৎ সাগৰ অনুসাৰে, বৰৰুচি পাণিনিৰ বিৰোধী Read More …

১০।বাক্যপদীয় ভতৃহৰিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ পতঞ্জলিৰ মহাভাষাৰ পাছত কেইবা শতিকা দুৰি তেনে কোনো উল্লেখযোগ্য বৈয়াকৰণিক কৰ্ম পাবলৈ নাই।ষ এইছোৱা সময়ত ৰচিত অষ্টাধ্যায়ীৰ কেতবোৰ মৌলিকতাবিহীন টীকা-টিপ্পনীয়ে পাণিনীয়ে ধাৰাটোৰ গতি অৱশ্যেই অব্যাহত ৰাখো সেয়া যি কি নহওক, মহাভাষ্যৰ সাত পাঠ শতিকামানৰ পাছত:সংস্কৃত ব্যাকৰণ পৰম্পৰাত স্বকীয় প্ৰতিভাৰে Read More …