উত্তৰঃ আফ্ৰিকা পৃথিৱীৰ দ্বিতীয় বৃহতম মহাদেশ ৷
Month: April 2022
দক্ষিণ মহাসাগৰৰ মাটিকালি কিমান?
উত্তৰঃ দক্ষিণ মহাসাগৰৰ মাটিকালি প্ৰায় – ২০ নিযুত বৰ্গ কিলোমিটাৰ।
স্থলমণ্ডল কাক বোলে?
উত্তৰঃ সাগৰপৃষ্ঠৰ কিছু ওপৰত মাটিৰে আগুৰি থকা ভূ-পৃষ্ঠৰ আন এটা অংশক স্থলমণ্ডল বোলে।
জলমণ্ডল কাক বোলে?
উত্তৰঃ ভূ-পৃষ্ঠৰ ওপৰত থকা সাগৰ,হ্ৰদ,নদ-নদী,অন্যান্য জলৰাশি,জলীয় বাষ্প আনকি গোটা অৱস্থাত থকা বৰফ,এই আটাইবোৰক একেলগে জলমণ্ডল বোলে।