উত্তৰঃ দক্ষিণ মহাসাগৰ দক্ষিণ আমেৰিকা, আফ্রিকা আৰু ওছেনিয়া মহাদেশৰ দক্ষিণে অবস্থিত।
Month: April 2022
দক্ষিণ আমেৰিকাৰ মহাদেশৰ বৃহত্তম দেশখন কি?
উত্তৰঃ বিশ্বৰ পঞ্চম বৃহত্তম দেশ ব্ৰাজিলেই হ’ল দক্ষিণ আমেৰিকা মহাদেশৰ বৃহত্তম দেশ।
উত্তৰ আমেৰিকা মহাদেশৰ জনসংখ্যা কিমান?
উত্তৰঃ উত্তৰ আমেৰিকাৰ জনসংখ্যা হ’ল ৫৬৫ নিযুত।
উত্তৰ আমেৰিকাৰ মহাদেশৰ নিম্নতম ঠাইখন কি?
উত্তৰঃ উত্তৰ আমেৰিকাৰ মহাদেশৰ নিম্নতম ঠাইখনৰ নাম হ’ল ডেথ্ভেলী।