অসমৰ প্ৰধান খনিজ সম্পদবোৰৰ নাম লিখা?

উত্তৰঃ অসমৰ প্ৰধান খনিজ সম্পদবোৰ হৈছে – কয়লা, তেল, প্ৰাকৃতিক গেছ, চূণশিল, ড’ল’মাইট, ফেলস্পাৰ, কেওলিন, বেৰিল, জিপছাম, পাইৰাইট, ভাৰ্মিকুলাইট, লো, তাম ইত্য়াদি।

পৃথিৱীৰ মুঠ কিমানখন দেশ আছে?

উত্তৰঃ  এছিয়া, আফ্ৰিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, অষ্ট্ৰেলিয়া আৰু এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ। এছিয়া পৃথিৱীৰ বৃহত্তম মহাদেশ।