উত্তৰঃ ইলিনা আৰু ডেইজি।
Month: April 2022
অসমৰ দ্বিতীয় জনজাতিটোৰ নাম কি?
উত্তৰঃ অসমৰ কেতবোৰ জাতি জনজাতি যেনে কেওঁট, চাওঁতাল, কুকি, মণিপুৰী, কছাৰী, মেঘালয়ৰ খাচী, জয়ন্তীয়া আৰু অৰুণাচল প্ৰদেশৰ ৱাংচু নামেৰে এটা জনজাতিৰ মাজত অষ্ট্ৰিক প্ৰজাতিৰ লোকসকলৰ কিছু মিল দেখা যায়।
চৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাশিত চুটিগল্প সংকলখনৰ নাম কি ?
উত্তৰঃ পৰশমণি ।
অসমৰ আটাইতকৈ বেছি ঘনত্বৰ জনসংখ্যা থকা জিলাখনৰ নাম কি?
উত্তৰঃ ২০১১ চনৰ তথ্যমতে অসমৰ আটাইতকৈ বেছি জনসংখ্যা থকা জিলাখন হ’ল নগাঁও। ইয়াৰ মুঠ জনসংখ্যা হ’ল ২,৮২৬,০০৬ জন।