উত্তৰঃ চৈয়দ আব্দুল মালিকৰ ২০০০ চনৰ ১৯ ডিচেম্বৰত ৮৯ বছৰ বয়সত মৃত্যু হয়।
Month: April 2022
সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল?
উত্তৰঃ সংবিধান সভাৰ প্রথম বৈঠকত সভাপতিত্ব কৰিছিল ড° সচ্চিদানন্দ সিন্হাই।
চৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাশিত চুটিগল্প সংকলনখনৰ নাম কি ?
উত্তৰঃ ‘পৰশমণি’৷
কেবিনেট মিছন’ ত কেইজন মন্ত্ৰী আছিল?
উত্তৰঃ কেবিনেট মিছন’ ত ১৫০০ মন্ত্ৰী আছিল।