উত্তৰঃ ব্যক্তিনিষ্ঠ কবিতাকে গীতি কবিতা বুলি অভিহিত কৰা হয় ।
Month: April 2022
কবিতা কাক বোলে ? ইয়াক কেইভাগত ভগাব পাৰি ?
উত্তৰঃ কবি হৃদয়-নিহিত ভাৱৰ ছন্দোবদ্ধ আৰু শিল্পিত প্ৰকাশকে কবিতা বুলি নামকৰণ কৰা হৈছে।
বেলাড কাক বোলে ? ইয়াৰ প্ৰধান লক্ষণসমূহ কি কি ?
উত্তৰঃ প্ৰাচীন কালত নৃত্যৰ লগত গোৱা গীতকে ‘বেলাড’ বোলে।