পথ পৰিবহনৰ দুটা সুবিধা লিখা?

উত্তৰঃ (ক) পথ পৰিবহণ সুচন বেগী আৰু নিৰ্ভৰযোগ্য, (খ) ই সৰু আৰু ভিতৰুৱা ঠাইসমূহৰ লগত সহজে সংযোগ স্থাপন কৰিব পাৰে, (গ) পাহাৰ, মালভূমি আৰু সমভূমিৰ মাজত পথ পৰিবহণে সুন্দৰকৈ যাতায়াতৰ সুবিধা দিব পাৰে, (ঘ) কৃষি, শিল্প আদিৰ উপাদিত সামগ্ৰীসমূহৰ পৰিবহণৰ Read More …

অসমৰ প্ৰধান খনিজ সম্পদবোৰৰ নাম লিখা?

উত্তৰঃ অসমৰ প্ৰধান খনিজ সম্পদবোৰ হৈছে – কয়লা, তেল, প্ৰাকৃতিক গেছ, চূণশিল, ড’ল’মাইট, ফেলস্পাৰ, কেওলিন, বেৰিল, জিপছাম, পাইৰাইট, ভাৰ্মিকুলাইট, লো, তাম ইত্য়াদি।