সন্তানহীন তথা সন্তান জন্ম দিবপৰা ক্ষমতা নথকা লোকক বাঁজী বোলে ।
Month: April 2022
খাৰণি কি ?
খাদ্য প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰা খাৰ মিহলি পানীকে খাৰণি বোলে ।
ধাতু আৰু অধাতুৰ পাৰ্থক্য় লিখা ?
ধাতুবােৰে ধণাত্মক আধান উৎপন্ন কৰে কিন্তু অধাতুরে ঋণাত্মক আধান উৎপন্ন কৰে।ধাতুৱে ক্ষাৰকীয় অক্সাইড গঠন কৰে। কিন্তু অধাতুৱে আম্লিক অক্সাইড গঠন কৰে। ধাতুৰ হাইড্রাইডবােৰ আয়নীয় প্ৰকৃতিৰ আনহাতে অধাতুৰ হাইড্রাইডবােৰ সহযােজী প্রকৃতি।
কৃপণে কাৰ কি কাৰ্য বিধি পথালি কৰে আৰু অনেক আসোঁৱাহ দেখুৱায় ?
ধন ভাঙিবলৈ ওলালে কৃপন লোকসকলে তেনে কামত বিধি-পথালি কৰে আৰু অনেক আসোঁৱাহ দেখুৱায় ।