উত্তৰঃ সংবিধান সভাৰ প্রথম বৈঠকত সভাপতিত্ব কৰিছিল ড° সচ্চিদানন্দ সিন্হাই।
Month: April 2022
দ্বি বান্ধনি কি ?
দ্বি বান্ধনি হৈছে দ্বিবান্ধনি দুটা পৰমাণুৰ মাজত দুযােৰ ইলেক্ট্রনিৰ ভাগ-বটোৱাৰাৰ দ্বাৰা গঠন হােৱা সহযােজী বান্ধনি।
মুক্ত শৃংখল হাইড্ৰ’কাৰ্বন কাক কয় ?
মুক্ত শৃংখল হাইড্ৰ’কাৰ্বন হৈছে কাৰ্বন আৰু হাইড্ৰজেন পৰমাণুৰে নিৰ্মিত জৈৱিক যৌগ, আৰু এই যৌগবোৰ হৈছে এচাইক্লিক (চক্ৰীয় যৌগ নহয়)। মুক্ত শৃংখলা হাইড্ৰ’কাৰ্বন বোৰ বেছিভাগ ৰৈখিক গাঁথনি।
মানুহৰ ঋণ কেতিয়া হয় ?
আর্জনতকৈ খৰচ বেছি হ’লে মানুহৰ ঋণ হয়।