ইংলেণ্ডৰ কোন দলে ক্ষমতালৈ অহা পিছত ভাৰতবৰ্ষক স্বাধীনতা দিয়াৰ সিদ্ধান্ত লৈছিল?

উত্তৰঃইংলেণ্ডৰ সাধাৰণ নিৰ্বাচনত শ্ৰমিক দলে ক্ষমতালৈ অহা পিছত ভাৰতবৰ্ষক স্বাধীনতা দিয়াৰ সিদ্ধান্ত লৈছিল।