প্ৰথম বিশ্ব মহাযুদ্ধৰ পিছত কি আন্তৰ্জাতিত সংস্থা গঠিত হৈছিল?

উত্তৰঃ প্ৰথম বিশ্ব মহাযুদ্ধৰ যুদ্ধই ভয়াৱহতা আৰু অবৰ্ণনীয় ধ্বংসলীলাই আকৌ এবাৰ বিশ্ববাসীক ভয়াৰ্ত কৰি তোলাৰ বাবেই পুনৰ চিন্তা কৰা হ’ল আন এক বিশ্ব সংস্থা গঠনৰ কথা।

১২। কাশিকা বৃত্তিঃ জয়াদিত্য আৰু ৱামন সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃকোনো কোনো পণ্ডতৰ মতে জয়াদিত্য আৰু ৱামন বৌদ্ধ মতাৱলম্বী আছিল। বৃত্তিখনিত মঙ্গলাচৰণৰ অনুপস্থিতি আৰু ইয়াৰ সংৰক্ষণকাৰী পুথিভঁড়ালটোৱেও তেনে ধাৰণকে প্ৰকট কৰে। চীনা পৰিব্ৰাজক ইৎ চিঙৰ টোকা অনুসাৰে জয়াদিত্যৰ মৃতু্যত সময় আনুমানিক ছছঙ্ম খ্ৰীঃ। তেওঁ নিজে এই বৃত্তিশাস্ত্ৰখনৰ সহায়ত সংস্কৃত ভাষা শিকিছিল Read More …