১৩। মহাভাষ্য প্ৰদীপঃ কৈয়্যট সম্পৰ্কে বুজাই লিখা।

উত্তৰঃ আনুমানিক খ্ৰীঃ একাদশ শতিকাৰ কাশ্মীৰী বৈয়াকৰণ কৈয়্যটে পতঞ্জলিকৃত সহাভাষ্যৰ অনুতপম ভাষ্য-প্ৰদীপ ৰচনা কৰে। ভাষ্যখন পাণিনীয় ধাৰাৰ সৰ্বশেষ ব্যাকৰণ শাস্ত্ৰ ৰূপে চিহ্নিত হৈছে। গ্ৰন্থখনত ভৰ্তৃহৰিৰ বাক্যহৰিৰ বাক্যপদীয়ৰ অনুকৰণ স্পষ্ট। ভৰ্তৃহৰিৰ পৰা কৈয়্যট পৰ্যন্ত, অৰ্থাৎ খ্ৰীঃ শতাব্দীৰ পৰা দশম শতাব্দী পৰ্যন্ত মাজৰ Read More …

ৰাষ্ট্ৰ- সংঘ চনদত চহী কৰা ৰাষ্ট্ৰৰ সংখ্যা কিমান?

উত্তৰঃ ১৯৪৫ চনৰ ২৪ এপ্ৰিলত আনুষ্ঠানিকভাৱে সুৰক্ষা পৰিষদৰ পাঁচখন স্থায়ী ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ, ছ’ভিয়েট সংঘ, যুক্তৰাজ্য, ফ্ৰান্স আৰু চীনৰ লগতে প্ৰায় ৫০খন ৰাষ্ট্ৰৰ স্বাক্ষৰেৰে ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হয়।