ৰাষ্ট্ৰসংঘৰ চনদ’ কেতিয়া গ্ৰহণ কৰা হয়?

উত্তৰঃ এক আন্তঃৰাষ্ট্ৰীয় সংগঠন আৰু ইয়াৰ মূল লক্ষ্যসমূহ হ’ল আন্তঃৰাষ্ট্ৰীয় আইন, সুৰক্ষা, অৰ্থনৈতিক উন্নয়ন, সামাজিক অগ্ৰগতি, মানৱ অধিকাৰ আৰু বিশ্বশান্তিৰ বাবে কাম কৰা। দ্বিতীয় বিশ্বযুদ্ধৰ পাচতে ১৯৪৫ চনত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰা হয়।

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কাম কি?

উত্তৰঃ ‘-য়ে ভাৰতৰ এইসমূহ নৈতিক সকল্পক নৈতিক শক্তি প্ৰদান কৰি আহিছে, নিজৰ সহযোগিতা প্ৰদান কৰি আহিছে। বন্ধুসকল, ভাৰত আত্মবত্ সৰ্বভূতেষু-ৰ মহান আদৰ্শক, সংস্কাৰক, বিচাৰধাৰাক লৈ আগবঢ়া এখন দেশ। ‘আত্মবত্ সৰ্বভূতেষু’, অৰ্থাত্, মই যেনেকুৱা আন মানুহবোৰো মোৰ দৰেই।

নিৰাপত্তা পৰিষদৰ গঠনৰ বিষয়ে লিখা?

উত্তৰঃ – ৰাষ্ট্ৰসংঘৰ এক গুৰুত্বপূৰ্ণ অংগ হ’ল নিৰাপত্তা পৰিষদ। ইয়াক ৰাষ্ট্ৰসংঘৰ কাৰ্যপালিকা হিচাপে অভিহিত কৰা হয়। আৰম্ভণিতে ৫ জন স্হায়ী সদস্য আৰু ৬জন অস্হায়ী সদস্য মুঠ ১১ জন সদস্যৰে নিৰাপত্তা পৰিষদ গঠন কৰা হৈছিল।

সাধাৰণ সভাৰ গঠনৰ বিষয়ে লিখা?

উত্তৰঃ সাধাৰণ সভা ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ। সকলোবোৰ সদস্য ৰাষ্ট্ৰৰে গঠিত হোৱা সাধাৰণ সভালৈ প্ৰত্যেকে সদস্য ৰাষ্ট্ৰই পাঁচজনকৈ প্ৰতিনিধি পঠাব পাৰে। কিন্ত প্ৰত্যেকখন সদস্য ৰাষ্ট্ৰই এটাকৈ ভোট প্ৰদান বাবে কেইবাখনো কমিটীৰ জৰিয়তে সাধাৰণ সভাই কাৰ্যসমূহ পৰিচালিত কৰে।