সত্যনাথ বৰাৰ বচনা কৰা দুখন প্ৰবন্ধপুথিখন নাম ‘গীতাৱলী’।
Month: April 2022
বাচন-বৰ্তন প্ৰস্তুতকৰণত সংকৰ ধতু ব্যৱহাৰ কৰা হয় কিয় ?
Class 10
সত্যনাথ বৰাৰ পিতৃ-মাতৃ মাক কি আছিল ?
সত্যনাথ বৰাৰ পিতৃ আছিল দয়ানাথ বৰা আৰু মাতৃ অময়া ।
ZnO ক কিয় উভমূখী অক্সাইড বোলে ?
ZnO উভমূখী অক্সাইড বুলি কোৱা হয় কিয়নো ই এচিড আৰু আধাৰ দুয়োৰে সৈতে প্ৰতিক্ৰিয়া কৰিব পাৰে।