NITI আয়োগৰ গঠন সম্পৰ্কে লিখা?

উত্তৰঃ ২০১৪ চনৰ গঠিত নতুন কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা আয়োগৰ ঠাইত NITI আয়োগ গঠন কৰিছে। NITI আয়োগ হ’ল ভাৰতবৰ্ষৰ ৰূপান্তৰণৰ বাবে ৰাষ্ট্ৰীয় অনুষ্ঠান (National Institution for Transforming India Aayog or NITI) প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনত দেশবাসীক উদ্দেশ্যি দিয়া স্বাধীনতা দিৱসৰ ভাষণত এই সিদান্ত ঘোষণা কৰিছিল।