Mention two merits and three demerits of Direct Election.(প্ৰত্যক্ষ নিৰ্বানৰ গুণ আৰু দুটা দোষ উল্লেখ কৰা।)

উত্তৰঃই প্ৰতিজন যোগ্য ভোটাৰক তেওঁৰ পচন্দৰ প্ৰাৰ্থীক ভোট দিয়াৰ সুযোগ প্ৰদান কৰে। ই নিৰ্বাচকমণ্ডলীক নিৰ্বাচনৰ জৰিয়তে তেওঁলোকৰ ৰাজনৈতিক নেতা বাছনি কৰাৰ সুযোগ প্ৰদান কৰে। ইয়াৰ ফলত সহজে উৎকোচ দিয়া নহয়। নাগৰিকসকলক ৰাজনীতিত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰদান কৰে।