Mention three methods of Minority Representa-tions. (সংখ্যালঘুৰ প্ৰতিনিধিত্বৰ তিনিটা পদ্ধতি উল্লেখ কৰা।)

উত্তৰঃ

(1) সমানুপাতিক প্ৰতিনিধিত্ব য’ত একক স্থানান্তৰযোগ্য ভোট প্ৰণালী আৰু তালিকা প্ৰণালী হৈছে মুখ্য পদ্ধতি।

(2) সীমিত ভোট প্ৰণালী।

(3) সংগ্ৰহমূলক ভোট প্ৰণালী।