Mention any three specific meanings of De-mocracy. (গণতন্ত্ৰৰ যিকোনো তিনিটা বিশেষ অৰ্থ উল্লেখ কৰা।

উত্তৰ-গণতন্ত্ৰৰ যিকোনো তিনিটা বিশেষ অৰ্থ-

১। প্ৰত্যক্ষ গণতন্ত্ৰ।

২। প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ।

৩।সাংবিধানিক গণতন্ত্ৰ।