How does the independence of the election Commission influence the working of Indian Democracy?(নিৰ্বাচন আয়োগৰ স্বাধীনতাই ভাৰতীয় গণন্ত্ৰাৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাইছে?)

উত্তৰ-নিৰ্বাচন আয়োগক দেশৰ নিৰ্বাচনৰ অভিভাৱক হিচাপে গণ্য কৰা হয়। প্ৰতিটো নিৰ্বাচনত, ই ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলৰ বাবে মুক্ত আৰু নিৰপেক্ষ ভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে এক আদৰ্শ আচৰণ বিধি জাৰী কৰে।