Explain Why we need an independent Election Commission.(আমাৰ কিয় এক স্বাধীন নিৰ্বাচন আয়োদৰ প্ৰয়োজন ব্যাখ্যা কৰা।)

উত্তৰঃ ই ৰাষ্ট্ৰীয় দল, ৰাজ্যিক দল আৰু আঞ্চলিক দলসমূহক স্বীকৃতি প্ৰদান কৰে। ই নিৰ্বাচনৰ ব্যয়ৰ সীমা নিৰ্ধাৰণ কৰে। আয়োগে ভোটাৰ তালিকা প্ৰস্তুত কৰে আৰু সময়ে সময়ে ভোটাৰৰ তালিকা উন্নীত কৰে।