Explain three merits and two demerits of Indi-rect Election.( পৰোক্ষ নিৰ্বাচন তিনিটা গুণ আৰু দুটা দোষ ব্যাখ্যা কৰা।)

উত্তৰঃ পৰোক্ষ নিৰ্বাচন তিনিটা গুণ -1) এখন গণতান্ত্ৰিক চৰকাৰ চৰকাৰৰ উন্নত ৰূপ কিয়নো ই চৰকাৰৰ অধিক দায়বদ্ধ প্ৰকাৰ। 2) গণতন্ত্ৰই সিদ্ধান্ত লোৱাৰ মানদণ্ড উন্নত কৰে। 3) গণতন্ত্ৰই নাগৰিকৰ মৰ্যাদা বৃদ্ধি কৰে।