Explain the Functions of the Election Commission of India.(ভাৰতৰ নিৰ্বাচনী আয়োগৰ কাৰ্যাৱলী বৰ্ণনা কৰা।)

উত্তৰঃ ভাৰতৰ নিৰ্বাচন আয়োগ (ইংৰাজী: Election Commission of India) দেশত মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন নিশ্চিত কৰাৰ বাবে ভাৰতৰ সংবিধানে পোনপটীয়াকৈ প্ৰতিষ্ঠা কৰা এক স্থায়ী আৰু স্বতন্ত্ৰ সংস্থা।