Explain the emergency powers of the President of India.(ভাৰতৰ ৰাষ্টপতিৰ জৰুৰীকালীন ক্ষমতাসমূহ ব্যাখ্যা হয়।)

উত্তৰঃভাৰতৰ সংবিধানৰ ৩৫২ নং অনুচ্ছেদৰ অধীনত, ৰাষ্ট্ৰপতিয়ে কেৱল প্ৰধানমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰীসভাৰ লিখিত অনুৰোধৰ আধাৰতহে এনে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে। এনে ঘোষণা এমাহৰ ভিতৰত কমেও দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ সৈতে সংসদৰ দ্বাৰা অনুমোদিত হ’ব লাগিব।