ধৰ্ম বিৰোধী মতবাদ
Anti Religious Theories
প্ৰশ্নাৱলী
Short Questions ( চমু প্রশ্নাৱলী )
1. Name any two anti religious theories .
ধৰ্মবিৰোধী যিকোনো দুটা মতবাদৰ নাম লিখা ।
উত্তৰঃ
2. Name any two materialist philosophers .
যিকোনো দুগৰাকী জড়বাদী দার্শনিকৰ নাম লিখা ।
উত্তৰঃ
3 . What is Materialist view on religion ?
জড়বাদৰ ধৰ্ম সম্পৰ্কীয় তত্ত্বটো কি ?
উত্তৰঃ
4 . Does materialism believe in the existence of God ?
জড়বাদে ঈশ্বৰৰ অস্তিত্বক বিশ্বাস কৰে নে ?
উত্কৰঃ
5. Materialism gave a mechanical / teleological explanation about the world . ( Choose the correct answer )
জড়বাদে জগত সম্পর্কীয় এক যান্ত্রিক / উদ্দেশ্যমূলক ব্যাখ্যা আগবঢ়াইছে । ( শুদ্ধ উত্তৰটো বাছি উলিওৱা )
উত্তৰঃ
6. Does Carvaka believe in existence God ?
চার্বাক দৰ্শনে ঈশ্বৰৰ অস্তিত্বত বিশ্বাস কৰে নে ?
উত্তৰঃ
7. What is the Carvaka View on religion ?
চাৰ্বাকসকলৰ ধৰ্ম সম্পর্কী অভিমত কি ?
উত্তৰঃ
8. What is logical positivists View on religion ?
ধর্ম সম্পৰ্কীয় তর্কীয় প্রত্যক্ষবাদৰ অভিমত কি ?
উত্তৰঃ
9. Name any two logical positivists ?
যিকোনো দুগৰাকী তৰ্কীয় প্রত্যক্ষবাদীৰ নাম লিখা ।
উত্তৰঃ
10. Does logical positivist believe in the God ?
তর্কীয় প্রত্যক্ষবাদীসকলে ঈশ্বৰক বিশ্বাস কৰে নে ?
উত্তৰঃ
11. ” Religious propositions are pseudo – proposition ” Name the theory associated the statement .
“ ধৰ্মীয় উক্তিবোৰ হ’ল ছদ্ম – উক্তি । ” এই উক্তিটোৰ লগত জড়িত তত্ত্বটোৰ নাম লিখা ।
উত্তৰঃ
12. ” Religious propositions are meaningless ” This is the view of materialism / logical positivist .
“ ধৰ্মীয় উক্তিবোৰ অৰ্থহীন । ” এই মত আগবঢ়াইছে জড়বাদে / তর্কীয় প্রত্যক্ষবাদে ।
উত্তৰঃ
Broad Questions :
1. Explain critically Logical Positivism .
তৰ্কীয় প্রত্যক্ষবাদৰ সমালোচনাত্মক ব্যাখ্যা দিয়া ৷
উত্তৰঃ
2. Explain and examine Materialistic theory of religion .
ধর্ম সম্পৰ্কীয় জড়বাদী মতবাদটো ব্যাখ্যা আৰু পৰীক্ষা কৰা ৷
উত্তৰঃ
3. Explain and examine Carvaka theory of Religion.
উত্তৰঃ চাৰ্বাকসকলৰ ধৰ্মতত্ত্বটো ব্যাখ্যা আৰু পৰীক্ষা কৰা ।
4 . What is Logical Positivist ? How does the logical positivist refute the concept of religion ? Explain .
তৰ্কীয় প্রত্যক্ষবাদ কি ? তর্কীয় প্রত্যক্ষবাদে কেনেদৰে ধৰ্মক খণ্ডন কৰিছে ? ব্যাখ্যা কৰা ৷
উত্তৰঃ
5. What is Materialism ? Expalin the anti religious view of materialism .
জড়বাদ কাক বোলে ? জড়বাদৰ ধৰ্মবিৰোধী মতবাদটো ব্যাখ্যা কৰা ৷
উত্তৰঃ
Type: Krishna Bora