ৰেনচিডিটি বা দুৰ্গন্ধিতা বুলিলে কি বুজা ?

যেতিয়া কোনো এটা বস্তু খোলা ঠাইত ৰখা হয়, তেতিয়া বস্তুখিনি অক্সিজেনৰ সৈতে জাৰিত হৈ ইহঁতৰ স্বাদ আৰু গোন্ধৰ পৰিৱৰ্তন হয়। ইয়াকেই দুৰ্গন্ধিতা বা ৰেনচিডিটি বোলে।