ৰাষ্ট্ৰসংঘৰ তিনিটা উদ্দেশ্য লিখা?

উত্তৰঃ ৰাষ্ট্ৰকসংঘৰ তিনিটা উদ্দেশ্য হ’ল –

১। আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা।

২। সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্কে প্ৰতিষ্ঠা কৰা।

৩। আন্তঃৰাষ্ট্ৰীয় সহযোগিতা ভিত্তিত অৰ্থনৈতিক, সমাজিক আৰু সাংস্কৃতিক সমস্যাসমূহৰ সমাধান কৰা আৰু প্ৰত্যেকজন ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থাক কৰা।