ৰাজনৈতিক তত্ত্ব আৰু প্ৰয়োগ(গণতন্ত্ৰৰ ব্যায়াকৰণ | গণতন্ত্ৰ| Democracy | Chapter 2 (a) | Contemporary perspectives in Political Theory | B.A 1st Sem Political Science Notes and Suggestion | Assamese medium | Question and Answer Assam | Guwahati University Political Science Notes| ৰাজনৈতিক তত্ত্ব আৰু প্ৰয়োগ(গণতন্ত্ৰৰ ব্যায়াকৰণ পাঠটোৰ প্ৰশ্ন উত্তৰ |

Chapter-2 (A)

গণতন্ত্ৰ

Democracy

প্ৰশ্নাৱলী (Questions)

১। ‘Isonomia’ শব্দৰ অৰ্থ কি?

What is the meaning of the word ‘Isonomia’?

২। ‘Herodotus’ আছিল প্ৰথম গ্ৰীক দাৰ্শনিক যিয়ে তেওঁৰ ধাৰণাত প্ৰথমে ‘Democracy’ শব্দটো ব্যৱহাৰ কৰিছিল一 হয় নে নহয় উল্লেখ কৰা।

Herodotes was the first Greek thinker who mentioned the word ‘Democracy’ in his work stateㅡ ‘yes’ or ‘No’.

৩। History of the Peloponnesian War’ নামৰ গ্ৰন্থখনৰ লিখক কোন?

Who wrote the book— ‘History of the Peloponnesian War’?

৪। ‘Pre-Babylonian Mesopotamia’ ৰ অধ্যয়নৰ সৈতে জড়িত পণ্ডিত গৰাকী কোন আছিল লিখা?

Who was the scholar relating to the study of Pre-Babylonian Mesopotamia?

৫। ‘Diodorus’ কোন আছিল?

Who was Diodorus?

৬। পুৰণি ভাৰতবৰ্ষৰ দুগৰাকী পণ্ডিতৰ নাম লিখা।

Name any two scholars of ancient India.

৭। ‘Gerousia’ শব্দৰ অৰ্থ কি?

What is the meaning of Gerousia?

৮। স্পাৰ্টাৰ প্ৰশাসন ব্যৱহাৰ যিকোনো দুটা ভাগ বা গোটৰ নাম উল্লেখ কৰা।

Name any two units of Spartan administration system.

৯। চলন কোন আছিল?

Who is Solon?

১০। ‘Gerrymandering’ মানে কি?

What is Gerrymandering?

১১। ‘ কোচ্ছাক গণৰাজ্য’ ক’ত আছিল?

Where was ‘Cossack Republic’?

১২। গণতন্ত্ৰৰ বাবে ইংলেণ্ডত প্ৰথম আৰম্ভণি কাৰ্য কি আছিল আৰু কোন বছৰত ইয়াৰ সূচনা কৰা হৈছিল?

What was the first step towards democracy in England and in which year it was introduced?

১৩। কোন চনত আৰু ক’ত ‘Bill of Right’ প্ৰণয়ন কৰা হৈছিল?

In which year and where the ‘Bill of Rights’ was enacted?

১৪। গ্ৰেট ব্ৰিটেইনৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল?

Who was the first prime minister of Great Britain?

১৫। এফ্ৰো-আমেৰিকানৰ পৌৰ অধিকাৰ আন্দোলনৰ সময়ছোৱা কেতিয়াৰ পৰা কেতিয়ালৈকে আছিল উল্লেখ কৰা।

Mention the period of Afro-American Civil Rights Movement?

১৬। কোন চনত আমেৰিকাৰ কংগ্ৰেছত ‘Voting Rights Act’ অনোমোদন জনোৱা হৈছিল?

In which year the ‘Voting Rights Act’ was passed in the US Congress?

১৭। কোন চনত আমেৰিকাৰ সংবিধান গ্ৰহণ কৰা হৈছিল?

In which year American constitution was adopted?

১৮। কোন চনত ফ্ৰান্সৰ ‘নেশ্বনেল কন্ভেনচন’ৰ নিৰ্বাচন পুৰুষৰ ভোটদানৰ দ্বাৰা হৈছিল?

In which year the election to the ‘National Convention’ by all male was held in France?

১৯। সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ প্ৰকৃতাৰ্থত প্ৰদান কৰা প্ৰথম ৰাষ্ট্ৰখনৰ নাম কি?

Which was the first country to achieve the Universal Adult Suffrage in true sense?

২০। গণতন্ত্ৰৰ ‘সোণালী যুগ’ বুলি কোন শতিকাক জনা যায় ?

Which century is regarded as the ‘Golden Era’ for Democracy?

২১। ধ্ৰুপদী গণতন্ত্ৰৰ দুজন সমৰ্থকৰ নাম লিখা।

Name two supporters of Classical Democracy.

২২। ‘Two Treatises of Government’— কোনে আৰু কেতিয়া লিখিছিল?

‘Two Treatises of Government’— Who wrote this and when?

২৩। J.S. Mill and J. Bentham were the supporters of Universal Adult Franchise and Representative Government. Is this true?

২৪। ‘The Spirit of laws’ গ্ৰন্থখন কোনে লিখিছিল?

Who wrote the book ‘The Spirit of Laws’?

২৫। বাচকবনীয়া গণতন্ত্ৰ তত্ত্বৰ দুগৰাকী সমৰ্থকৰ নাম লিখা।

Name two supporters of Elite Theory of Democracy.

২৬। ‘The Managerial Revolution’ গ্ৰন্থখন কোনে লিখিছিল?

Who wrote the book ‘The Managerial Revolution’?

২৭। গণতন্ত্ৰৰ বহুত্ববাদী ধাৰণাৰ দুগৰাকী সমৰ্থকৰ নাম উল্লেখ কৰা।

Name two supporters of Pluralist Theory of Democracy.

২৮। কোনে আৰু কেতিয়া ‘Power Elite’ গ্ৰন্থখন লিখিছিল?

Who wrote the book ‘Power Elite’ and when?

২৯। ‘Leviathan’ গ্ৰন্থখন কোনে লিখিছিল?

Who wrote the book ‘Leviathan’?

৩০। গণতন্ত্ৰৰ এটি সংজ্ঞা লিখা।

Write one definition of democracy.

৩১। চমুটোকা লিখা (Write short Notes)

(a) গণতন্ত্ৰৰ অৰ্থ

(Meaning of Democracy)

(b) গণতন্ত্ৰৰ সংজ্ঞা 

(Definitions of Democracy)

(c) গণতন্ত্ৰৰ মূল নীতিসমূহ

(Basic Principles of Democracy)

(d) গণতন্ত্ৰৰ গুণ

(Merits of Democracy)

(e) গণতন্ত্ৰৰ দোষ

( Demerits of Democracy)

(f) গণতান্ত্ৰিক আৰ্হিৰ সমাজৰ ধাৰণা

(Idea of Proto-Democratic Society)

(g) পুৰণি/প্ৰাচীন ভাৰতীয় গণতন্ত্ৰ

(Ancient Indian Democracy)

(h) এথেন্সৰ গণতান্ত্ৰিক ব্যৱস্থা

(Athenian Democracy System)

(i) নগৰ সভা

(Landsgemeinde)

(j) ধ্ৰুপদী গণতন্ত্ৰৰ বৈশিষ্ট্য

(Features of Classical Democracy)

(k) পশ্চিমীয়া উদাৰনৈতিক গনতন্ত্ৰৰ সীমাৱদ্ধতা

(Limitations of Western Liberal Democracy)

(l) বাচকবনীয়া গণতান্ত্ৰিক তত্ত্বৰ দোষ

(Demerits of Elite Theory)

৩২। গণতন্ত্ৰ কি? গণতন্ত্ৰৰ বৈশিষ্ট্যসমূহ কি কি?

What is democracy. Examine its basic Principles.

৩৩। গণতন্ত্ৰৰ সংজ্ঞা দিয়া। ইয়াৰ মূল নীতিসমূহৰ পৰীক্ষামূলক আলোচনা কৰা।

Define Democracy. Examine its basic Principles.

৩৪। গণতন্ত্ৰ বুলিলে কি বুজা?

What do you mean by Democracy? Discuss its merits and demerits.

৩৫। ‘গণতন্ত্ৰ হৈছে সকলোতকৈ উত্তম চৰকাৰ’一 আলোচনা কৰা।

“Democracy is the best form of government”ㅡDiscuss.

৩৬। গণতন্ত্ৰৰ ইতিহাস সম্পৰ্কে এটি চমু টোকা  প্ৰস্তুত কৰা।

Write a brief note on the history of democracy.

৩৭। মধ্যযুগত গণতন্ত্ৰৰ উৎপত্তি আৰু বিকাশ সম্পৰ্কে লিখা।

Write about the growth and devolopment of democracy during Mediaval Era.

৩৮। কুৰি শতিকা হৈছে “গণতন্ত্ৰৰ সোণালী যুগ” ーআলোচনা কৰা।

The 20th century is regarded as the “Golden Era of Democracy” ─ Discuss on it.

৩৯। পৌৰাণিক যুগত গণতান্ত্ৰিক পদ্ধতিৰ চৰকাৰ ব্যৱস্থাৰ উৎপত্তি

আৰু বিকাশৰ ওপৰত এটি টোকা প্ৰস্তুত কৰা।

Write a note on the growth and devolopment of democratic system of government during ancient period.

৪০। গণতন্ত্ৰৰ আধুনিক উদাৰনৈতিক ধাৰণাৰ ওপৰত টোকা লিখা।

Write about the concept of Modern liberal Democracy.

৪১। গণতন্ত্ৰ সম্পৰ্কে থকা মাৰ্ক্সীয়তত্ত্বৰ ওপৰত সমালোচনামূলক পৰীক্ষা আগবঢ়োৱা।

Critically examine the concept  of Marxiam Theory of Democracy.

৪২। গণতন্ত্ৰৰ বাচকবণীয়া তত্ত্ব সম্পৰ্কত এক বৰ্ণনাত্মক আলোচনা দাঙি ধৰা।

Explain the concept of Elitist Theory of Democracy.

৪৩। গণতন্ত্ৰৰ বহুত্ববাদী তত্ত্বৰ বিষয়ে বিতংকৈ আলোচনা কৰা।

Discuss in detail about the Pluralist Theory of Democracy.

৪৪। গণতন্ত্ৰ সম্পৰ্কত নাৰীবাদী সকলৰ মতামত ব্যাখ্যা কৰা।

Explain the Feminist View on Democracy.

৪৫. গণতন্ত্ৰ আৰু ভিন্নতা সম্পৰ্কত এটি টোকা লিখা।

Write a note on Democracy and difference.

৪৬. গণতন্ত্ৰ আৰু বিকাশৰ মাজত থকা সম্পৰ্কৰ এটি ব্যাখ্যা দাঙি ধৰা।

Explain the relationship between Democracy and Devolopment.

৪৭. গণতন্ত্ৰই অৰ্থনৈতিক উন্নয়নৰ নেতৃত্ব দিব পাৰেনে? তোমাৰ উত্তৰৰ সমৰ্থনত যুক্তি দাঙি ধৰা।

Does Democracy lead to Economic Growth? Give reasons to support your answer.

৪৮. গণতন্ত্ৰ আৰু বিকাশ সম্পৰ্কত থকা বিতৰ্কৰ বিষয়ে আলোচনা কৰা।

Describe abpout the debate on Democracy and Devolopment.

Parishmita Hazarika