ৰাজনৈতিক তত্ত্বৰ পৰিচয় | Chapter 1 | Gauhati University B.A 1st Sem Political Science Question Answer Assamese Medium | TDC B.A 1st Sem Political Science Solution Assamese Medium | ৰাজনৈতিক তত্ত্ব কিতাপখনৰ প্ৰশ্ন আৰু উত্তৰ | Understanding Political Theory | Chapter 1 | GU B.A 1st Sem Political Science Free Question Answer Notes Assamese Medium |

Chapter: 1

ৰাজনৈতিক তত্ত্বৰ পৰিচয়

প্ৰশ্নাৱলী (Questions) 
১। ৰাজনীতি বুলিলে কি বুজা?
What do you mean by Politics?
২। ৰাজনীতিৰ সংজ্ঞা দিয়া।
Define Politics.
৩। “Modern Politics and Government” গ্ৰন্থৰ লিখক কোন?
Who is the author of the book “Modern Politics and Government”?
৪। ‘ৰাজনীতি হ’ল মূল্যৰ কৰ্তৃত্ব সম্পন্ন বন্টন’ ー কথাষাৰ কোনে কৈছিল?
‘Politics is the authoritative allocation of values’ 一 Who said this?
৫। ৰাজনীতিৰ ধাৰণা আৰু প্ৰকৃতি ব্যাখ্যা কৰা। 
Explain the concept and nature of Politics.
৬। ৰাজনীতিক এক প্ৰক্ৰিয়া হিচাপে আলোচনা কৰা। 
Discuss politics as a process.
৭। ‘ৰাজনীতি হ’ল মূল্যৰ কৰ্তৃত্বসম্পন্ন বন্টন’ 一 আলোচনা কৰা। 
‘Politics is the authoritative allocation of values’一 Discuss.
৮। ৰাজনীতিৰ মূল বৈশিষ্ট্যসমূহৰ বৰ্ণনা দিয়া। 
Explain the main features of Politics.
৯। ৰাজনীতি বিজ্ঞানৰ সংজ্ঞা দিয়া।
Define Political Science.
১০। ৰাজনীতি আৰু ৰাজনীতি বিজ্ঞানৰ সম্পৰ্ক আলোচনা কৰা। 
Discuss the relationship between politics and political science.
১১। ‘ৰাজনৈতিক’ বুলিলে কি বুজা?
What do you mean by ‘political?
১২। ‘Politics and Vision’ গ্ৰন্থৰ লিখক কোন?
Who is the writer of the book ‘Politics and Vision’?
১৩। ৰাজনৈতিক তত্ত্বৰ সংজ্ঞা দিয়া। ইয়াৰ প্ৰকৃতি আলোচনা কৰা।
Define political theory. Discuss its nature.
১৪। আদৰ্শগত ৰাজনৈতিক তত্ত্বৰ দুজন সমৰ্থকৰ নাম লিখা।
Write two supporters of normative political theory.
১৫। অভিজ্ঞতাবাদী ৰাজনৈতিক তত্ত্বৰ দুজন সমৰ্থকৰ নাম লিখা।
Write two supporters of empirical political theory.
১৬। ‘ৰাজনৈতিক তত্ত্বৰ অৱসান’ সম্পৰ্কীয় বিতৰ্কৰ বিষয়ে আলোচনা কৰা।
Discuss about the debate on the ‘decline of political theory?
১৭। আদৰ্শবাদী ৰাজনৈতিক তত্ত্ব বুলিলে কি বুজা?
What do you mean by normative political theory?
১৮। অভিজ্ঞতাবাদী ৰাজনৈতিক তত্ত্ব বুলিলে কি বুজা? 
What do you mean by empirical political theory?
১৯। ৰাজনৈতিক তত্ত্বৰ পৰিসৰ আলোচনা কৰা।
Discuss the scope of political theory?
২০। ৰাজনৈতিক তত্ত্বৰ বৈশিষ্ট্যসমূহ লিখা।
Write down the features of political theory.
২১। ৰাজনৈতিক তত্ত্বৰ গুৰুত্ব আলোচনা কৰা।
Discuss the relevance of political theory.

Parishmita Hazarika