ৰবীন্দ্ৰনাথ ঠাকুৰ কিয় ‘নাইট’ উপাধি ত্যাগ কৰিছিল?

উত্তৰঃ জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ প্রতিবাদত ৰবীন্দ্ৰনাথে ‘নাইট’ উপাধি ত্যাগ কৰিছিল।