৭। গোলোক চন্দ্ৰ গোস্বামীৰ ৰচিত কেইখনমান গ্ৰন্থৰ বনাম লিখা।

উত্তৰঃ গোলোক চন্দ্ৰ গোস্বামীৰ ৰচিত কেইখনমান গ্ৰন্থ হৈছে ‘An Introduction to Assamese Phondogy’ (১৯৬৬), অসমীয়া বৰ্ণ-প্ৰকাশ (১৯৬৯), ধ্বনিবিজ্ঞানৰ ভূমিকা (১৯৬৬), অসমীয়া গোলোক ব্যাকৰম (প্ৰবোধ ভাগ ১৯৭২), সুবোধ ভাগ (১৯৭৮), অসমীয়া ব্যাকৰমৰ মৌলিক বিচাৰ (১৯৮৭), ভাষা ভাষনিকা (১৯৯২), আমাৰ ভাষাৰ অনুশীলন (২০০০), অসমীয়া ব্যাকৰণ প্ৰৱেশ (২০০০)আদি।