১। এখন সংস্ক্তি সাহিত্য নাম লিখা ।

উওৰ = এখন সংস্কৃতি সাহিত্য নাম হল কামৰপ যাএা ।

২। এখন তান্ৰিক সাহিত্য নাম লিখা ।

উওৰ = এখন তান্ৰিক সাহিত্য নাম হল তি কল্প তো তাৰা ।

৩।অসমত কোনসকলৰলোকে হৰগৌৰী প্ৰকাশ পাইছিল ।

উওৰ = অসমত বিলাস,ডিমৰৱা পৰিয়াল টোকা আৰ ভূঞা লোকসকলে হৰগৌৰী প্ৰকাশ পাইছিল ।

৪। পাণ্ডলিপিবোৰ ইতিহাস কি বিভাগ আৰ কত সংৰক্ষিত আছিল ।

উওৰ = পাণ্ডলিপি বোৰ ইতিহাস পুৰাতত্ব বিভাগ আৰ গুৱাহাটী সংৰক্ষিত আছিল।

৫।অসমত কি কি জাতি থকা প্ৰমাণ পোৱা যায়।

উওৰ= অসমত চীন,গ্ৰীক ৰোম আৰ মুছলমান সকল থকা প্ৰমাণ পোৱা যায়।

৬। কোনকেইখন দেশ মাজত সাংস্কৃতিক সৰ্ম্পক প্ৰচলিত হৈছিল ।

উওৰ = ব্ৰক্ষদেশ , চীন কামৰপ দেশ মাজত সাংস্কৃতিক সৰ্ম্পক প্ৰচলিত হৈছিল ।

৭। কপিলী উপত্যকা কিমান খৃঃত কোনে প্ৰেৰণা কৰিছিল।

উওৰ = কপিলী উপত্যকা ৪২৮ খৃঃত আৰ ইউ চাইয়ে চীনলৈ প্ৰেৰণা কৰিছিল ।

৮। চীন কোনে আৰ কিমান পৰা কিমান খৃঃত কামৰপ ভ্ৰমণ লৈ আহিছিল।

উওৰ = চীন পৰিব্ৰাজত হিউৱেন চাঙ ৬৪২-৬৪৩ খৃঃত কামৰপ ভ্ৰমণলৈ আহিছিল ।

৯। কামৰপ বহুদিন থকা ৰজাজন নাম কি আছিল ।

উওৰ = কামৰপ থকা ৰজাজন নাম হল ভাস্কৰ বৰ্মণৰ ৰাজসভাত বহুদিন আছিল।

১০। ভাৰত ভ্ৰমণ লিখা গ্ৰন্হ খন নাম কি।

উওৰ = ভাৰত ভ্ৰমম লিখা গ্ৰন্হ খন নাম হল চি ইউ কি ।

১১। টাং চুয়ে কামৰপ কি কি নামেৰে জনা যায়।

উওৰ = টাং চুয়ে কামৰপ কামোপো বা কমেলু নামেৰে জনা যায় ।

১২। উওৰ ভাৰতৰ থকা ৰজাজন নাম কি আছিল।

উওৰ =উওৰ ভাৰতৰ থকা ৰজাজন নাম হ ল দেৱৰ্বামা ।

১৩। ভাস্কৰ বৰ্মণৰ লিখা ইংৰাজী গ্ৰন্হ নাম লিখা ।

উওৰ = ভাস্কৰ বৰ্মণৰ লিখা ইংৰাজী গ্ৰন্হ নাম হল নিউ হিষ্টাৰী অৱ দি টাং দায়নেষ্টি ।