স্বাধীনোত্তৰ কালত ভাৰতবৰ্ষৰ শিক্ষাৰ বিকাশ (Development of Indian Education In The Post Independence Period) | Chapter1 | Gauhati University B.A 3rd Sem Education Question and Answer Assamese Medium | TDC 3rd Semester Education Solutions Assamese Medium | GU 3rd Sem Education Suggestion and Notes Assamese Medium | Gauhati University B.A Honors Education 3rd Semester Question and Answer Model Assamese Medium |

 স্বাধীনোত্তৰ কালত ভাৰতবৰ্ষৰ শিক্ষাৰ বিকাশ

(Development of Indian Education in the post Indepandence period

প্ৰশ্নাৱলী

(I)  অতি চমু উত্তৰ দিয়া (Questions of very short Answer)

(১) ভাৰতীয় সংবিধানৰ ২১-(ক) অনুচ্ছেদটো কিহৰ লগত জড়িত?

(With whom the article 21 (A) of India Constitiion is related?)

Answer: 

(২)   ৬ বছৰৰ তলৰ শিশুৰ বাবে আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ লগত সম্বন্ধিত?

Which article of Indian Constitution embodies the provision of early childhood care and education for the children below the age of six years?

Answer: 

(৩)   কোনটো অনুচ্ছেদে সংখ্যালঘুসকলৰ আগ্ৰহক সুৰক্ষিত কৰে? 

Which article is for ‘Protection of interests of minorities’? 

Answer: 

(৪) কোনটো অনুচ্ছেদ অস্পৃশ্যতা নিৰ্মূলকৰণৰ লগত জড়িত?

(Which article is related with abilities of untouchability?)

Answer: 

(৫)  কোনটো অনুচ্ছেদ হিন্দী ভাষাৰ অধ্যয়নৰ লগত জড়িত? 

(Which article is related with study of Hindi?)

Answer: 

(৬)  ভাৰতীয় সংবিধানৰ মতে সংখ্যালঘুসকলক স্বীকৃতি প্ৰদানৰ ভিত্তি কি? 

(What is the basis of recognition of minorities according to Indian Constitution?)

Answer: 

(৭)   ভাৰতীয় সংবিধানৰ ৪৬ নং অনুচ্ছেদ কিহৰ লগত জড়িত?

(With whom the article 46 is related?)

Answer: 

(৮)  কোন চনত বিশ্ববিদ্যালয় শিক্ষা আয়োগ নিযুক্তি দিয়া হৈছিল?

(In Which year was the University Education Commission appointed?)

Answer: 

(৯)  বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ সভাপতি কোন আছিল?

(Who was the chairman of the University Education Commission?)

Answer: 

(১০)  বিশ্ববিদ্যালয় শিক্ষা আয়োগত সদস্য কিমান আছিল?

(How many members were there in the University Education Commission?)

Answer: 

(১১)  বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ মতে উচ্চ শিক্ষাৰ এটা লক্ষ্য উল্লেখ কৰা।

(Mention one aim of higher education according to University Education Commission?)

Answer: 

(১২)  কৃষি শিক্ষাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় শিক্ষা আয়োগে আগবঢ়োৱা এটা পৰামৰ্শ লিখা।

(Write one recommendation of University Education Commission regarding agriculture education.)

Answer: 

(১৩) বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ এটা কাৰ্য পৰিষৰ উল্লেখ কৰা।

(Mention one term of regference of  University Education Commission.)

Answer: 

(১৪)  বিশ্ববিদ্যালয় শিক্ষা আয়োগত কিমানটা অধ্যায় আছিল? 

(How many chapters are there in University Education Commission?)

Answer: 

(১৫)  বিশ্ববিদ্যালয় অনুদান আয়োগ গঠনৰ পৰামৰ্শ কোন আয়োগে  আগবঢ়াইছিলয়?

(Which commission  gave the suggestion of forming University Grants commission?)

Answer: 

(II)  অতি চমু উত্তৰ দিয়া। (Questions of very short Answer)

 (১)  সমৱৰ্তী সূচী কি?

(What is concurrent list?)

Answer: 

(২)  ভাৰতীয় সমবিধানৰ ২৮ নং অনুচ্ছেদৰ মুলকথাখিনি লিখা।

(Write the main points of article 28 of Indian Consititution.)

Answer: 

(৩)  মহিলা শিক্ষাৰ ক্ষেত্ৰত সংবিধানে কি ব্যৱস্থা গিৰহন কৰিছিল?

(What are the provisions adopted by the consititution regarding women education?)

Answer: 

(৪)  ভাৰতীয় সংবিধানৰ কেন্দ্ৰীয়সূচীৰ বিষয়বোৰ কি কি? 

(What are the subject of Union List of Indian Constitition?)

Answer: 

(৫)  ভাৰতীয় সংবিধানৰ ৰাজ্যিক সূচীৰ বিষয়বোৰ কি কিয

(What are the subjects of State List of Indian Constitution?)

Answer: 

(৬)  বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ নিযুক্তিৰ বিষয়ে লিখা।

(Write about the appointment of University Education Commission?)

Answer: 

(৭)  বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ কাৰ্যপৰকিষৰ উল্লেখ কৰা।

(Mention the terms of reference of University Education Commission.)

Answer: 

(৮)  চমুটোকা লিখা। (Write short notes:)

(i)  বিশ্ববিদ্যালয় শিক্ষা আয়োগ আৰু পৰীক্ষা

(University Education Commission and Exarmination)

Answer: 

(ii)  বিশ্ববিদ্যালয় শিক্ষা আয়োগ আৰু পাঠ্যক্ৰম

(University Education Commission and Curriculum)

Answer: 

(iii)  বিশ্ববিদ্যালয় শিক্ষা আয়োগ আৰু ধৰ্মীয় শিক্ষা

(University Education Commission and religious education)

Answer: 

(iv)  বিশ্ববিদ্যালয়ে শিক্ষা আয়োদগ আৰু গ্ৰাম্য শিক্ষা

(University Education Commission and religious education)

Answer: 

(v)  বিশ্ববিদ্যালয় শিক্ষা আয়োগ আৰু নিৰ্দেশনাৰ মাধ্যম

(University Education Commission and medium of instruction.)

Answer: 

(III)   দীঘল উত্তৰৰ প্ৰশ্ন( Questions of Long Answer)

(১)  বাধ্যতামূলক শিক্ষা, মহিলাৰ শিক্ষা সংখ্যালঘুসকলক শিক্ষাৰ ক্ষেত্ৰত ভাৰতীয় সংবিধানৰ ব্যৱস্থাবোৰ লিখা। এইবোৰৰ মূল্যায়ণ বৰ্ণনা কৰা ।

(Write about the provisions of Indian Constitution in regard to compulsory education, women education and education of minorities. Describe its assessment.)

Answer: 

(২)  ধৰ্মনিৰপেক্ষ শিক্ষা, অনুসূচীত জাতি আৰু জনজাতিৰ শিক্ষা আৰু হিন্দী ভাষা অধ্যয়নৰ ক্ষেত্ৰত ভাৰতীয় সংবিধানত কি কি ব্যৱস্থা আছে?  আলোচনা কৰা ।

(What are the constitutional provision regarding secular education, education for SC and ST and study of Hindi? Discuss.)

Answer: 

(৩)  ভাৰতীয় সংবিধানৰ শৈক্ষিক ব্যৱস্থাবোৰৰ তাৎপৰ্য ব্যাখ্যা কৰা।

(Describe the implication of educational provisions of Indian constitition.)

Answer: 

(৪)  উচ্চ শিক্ষাৰ লক্ষ্য-উদ্দেশ্যৰ ক্ষেত্ৰত ১৯৪৮ চনত বিশ্ববিদ্যালয়  শিক্ষা আয়োগে কি পৰামৰ্শ আগবঢ়াইছিল?আধুনিক ভাৰতীয়  বিশ্ববিদ্যালয়বোৰে এইবোৰ কিমান উপলব্ধি কৰিব পাৰিছিল? 

(What aims and objectives of Higher Education were suggested  by University Education Commission, 1948? How far these are being realised by the Modern Indian Universities?)

Answer: 

(৫)  শিক্ষাদান, ছাত্ৰ কল্যাণ আৰু পাঠ্যক্ৰমৰ সংস্কাৰ সাধনৰ ক্ষেত্ৰত  ১৯৪৮ চনৰ বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ পৰামৰ্শবোৰ কি কি? এইবোৰ কিমান সফল হৈছিল? 

(What were the recommendations of the University Education Commission of 1948 with gigarad to teaching, Students’ Welfare and reform of curriculum? How far have these been  fulfilled?)

Answer: 

(৬) বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ পৰামৰ্শবোৰৰ সমালোচনাত্মক  বিশ্লেষণ আগবঢ়োৱাৰ? 

(State the critical analysis of the recommedations of University Education Commission.)

Answer: 

Type: Dikha Bora